- ডিগবৈ পাৱৈত হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
- অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত 38 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ স্থানীয় ৰাইজৰ
- ডিগবৈ পাৱৈ চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী মংঙুলু তাঁতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা
- ৰাইজৰ অভিযোগ নিৰ্মল দাস কালিন্দী আৰু পৰিমল দাস কালিন্দীয়ে সংঘটিত কৰিছে এই হত্যাকাণ্ড
- ডিগবৈ বিধায়ক সুৰেন ফুকনে হত্যাকাৰীক ৰক্ষনাবেক্ষন দিয়াৰ অভিযোগ ৰাইজৰ
- ভাৰতীয় চাহ মজদূৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক নিৰ্মল দাস কালিন্দী এজন বিজেপি নেতা বুলি জানিবলৈ দিয়ে ৰাইজে
- মৃতকৰ পৰিয়ালৰ এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে আটক কৰা নাই নিৰ্মল দাস কালিন্দী আৰু তেওঁৰ ভাতৃ পৰিমল দাস কালিন্দীক
ডিগবৈৰ পাৱৈত মৃতদেহ লৈ ৰাজপথত ৰাইজৰ উত্তপ্ত পৰিস্থিতি
ডিগবৈ পাৱৈ চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী মংঙুলু তাঁতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা ৷ হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
মংঙুলু তাঁতী