অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন - মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন

ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ হৈ পৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসন ৷ নিয়ম অমান্য কৰা ব্যক্তিসকলক লাঠীচালনা কৰা পৰিলক্ষিত হয় ৷

মাৰ্ঘেৰিটাত কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন
মাৰ্ঘেৰিটাত কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন

By

Published : May 17, 2021, 8:08 AM IST

তিনিচুকীয়া,17 মে’: ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা প্ৰদান কৰিছে । এই নতুন নিৰ্দেশনা অমান্য কৰা ব্যক্তিসকলৰ প্ৰতি কঠোৰ হৈ পৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসন ।

উল্লেখ্য যে, দিনৰ ১২ বজাৰ পাছত মাৰ্ঘেৰিটাত সকলো দোকান-পোহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে মাস্ক পৰিধান নকৰা ব্যক্তিসকলৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীয়ে লাঠীচালনা কৰা পৰিলক্ষিত হয় ৷ প্ৰতিদিনে ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে, যদিও একাংশ ৰাইজে সান্ধ্য আইন অমান্য কৰাত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক :আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলিৰ পিছতেই আবেগিক ধুবুৰীবাসী

ABOUT THE AUTHOR

...view details