মাৰ্ঘেৰিটা, 13 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৰগোলাই ৰাজীৱ গান্ধী খেলপথাৰত দেওবাৰে আছাই গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১-৩৩ টকালৈ বৃদ্ধি আদি বিভিন্ন দাবীত অনুষ্ঠিত এই গণ অভিৱৰ্তনস্থলী জন সমুদ্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয় । উত্থাপিত দাবী পূৰণ নকৰিলে বিজেপিক ২০২১ চনৰ নিৰ্বাচনত বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।
মাৰ্ঘেৰিটাত 'আছা' ৰ গণ হুংকাৰ কাৰ্যসূচী - margherita
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১-৩৩ টকালৈ বৃদ্ধি আদি বিভিন্ন দাবীত অনুষ্ঠিত এই গণ অভিৱৰ্তনস্থলী জন সমুদ্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয় ।
![মাৰ্ঘেৰিটাত 'আছা' ৰ গণ হুংকাৰ কাৰ্যসূচী margherita-assa-protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9864647-954-9864647-1607859285326.jpg)
মাৰ্ঘেৰিটাত 'আছা' ৰ গণ হুংকাৰ কাৰ্যসূচী
লগতে পঢ়ক: ত্ৰিপুৰাত 800 কিলোগ্ৰাম গাঞ্জা জব্দ