অসম

assam

ETV Bharat / state

নেচনেল প্লাইউড ফেক্টৰীত শ্ৰমিকৰ প্ৰতিবাদ - নেচনেল প্লাইউড ফেক্টৰী

জুলাই মাহৰ পৰা প্ৰায় ১০০ অধিক শ্ৰমিকক ফেক্টৰী কৰ্তৃপক্ষই দিয়া নাই সম্পূৰ্ণ দৰমহা । ইয়াকে লৈ পুৱাৰে পৰা মাৰ্ঘেৰিটা মাকুম পথাৰস্থিত নেচনেল প্লাইউড ফেক্টৰীত সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশ ।

labor protest
labor protest

By

Published : Aug 29, 2020, 5:00 AM IST

মাৰ্ঘেৰিটা, 29 আগষ্ট : মাৰ্ঘেৰিটা নেচনেল প্লাইউড ফেক্টৰীত উত্তপ্ত পৰিস্থিতি । শ্ৰমিকে ফেক্টৰীৰ ভিতৰতে পুৱাৰ পৰা আবদ্ধ কৰি ৰাখিলে উচ্চ পদষ্ঠ বিষয়া সকলক । ঘটনাস্থলীত আৰক্ষী তথা দণ্ডাধীশ উপস্থিত । জুলাই মাহৰ পৰা প্ৰায় ১০০ অধিক শ্ৰমিকক ফেক্টৰী কৰ্তৃপক্ষই দিয়া নাই সম্পূৰ্ণ দৰমহা । ইয়াকে লৈ পুৱাৰে পৰা মাৰ্ঘেৰিটা মাকুম পথাৰস্থিত নেচনেল প্লাইউড ফেক্টৰীত সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশ । শ্ৰমিক সকলক দীৰ্ঘদিনে পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈকে ফেক্টৰীৰ ভিতৰতে আবদ্ধ কৰি ৰখা লগতে দুপৰীয়া আহাৰ বিৰতিও নিদিয়ে এই প্লাইউড ফেক্টৰীটোৱে ।

নেচনেল প্লাইউড ফেক্টৰীত শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details