অসম

assam

ETV Bharat / state

ফিল'বাৰীত ২০০ গ্ৰাম কানি সহ ব্যৱসায়ী আটক - আৰক্ষী

তিনিচুকীয়াৰ একাংশ ভিতৰুৱা অঞ্চল অবৈধ নিচাজাতীয় দ্ৰব্যৰ ঘাটিলৈ পৰিণত হৈছে ৷ বৃহস্পতিবাৰে নিশা ফিল'বাৰী আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২০০ গ্ৰাম কানি সহ সীতাৰাম সিং নামৰ এজন লোকক আটক কৰে ৷

ফিল'বাৰীত ২০০ গ্ৰাম কানি সহ ব্যৱসায়ী আটক

By

Published : Jul 5, 2019, 2:02 PM IST

ডুমডুমা,5 জুলাইঃ

  • তিনিচুকীয়াৰ ফিল'বাৰীত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ অভিযান
  • অভিযান চলাই প্ৰায় ২০০ গ্ৰাম কানি সহ সীতাৰাম সিং নামৰ এজনক আটক আৰক্ষীৰ
  • ব্যৱসায়ীজনৰ ওপৰত আছিল দীৰ্ঘদিন ধৰি অঞ্চলটোত কানিৰ অবৈধ ব্যৱসায় চলাই থকাৰ অভিযোগ
  • আৰক্ষীৰ অভিযান অব্যাহত
    ফিল'বাৰীত ২০০ গ্ৰাম কানি সহ ব্যৱসায়ী আটক

ABOUT THE AUTHOR

...view details