অসম

assam

ETV Bharat / state

জাগুনত ভয়ংকৰ পথ দুৰ্ঘটনা - আহত চালক

জাগুনৰ ন-মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দা ছুইফট বাহনৰ ৷

jagun-road-accident
জাগুনত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Feb 16, 2021, 12:30 PM IST

মাৰ্ঘেৰিটা,16 ফেব্ৰুৱাৰী : মাৰ্ঘেৰিটাৰ জাগুনৰ ন-মাইলত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দা মাৰে এখন ছুইফট বাহনে ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনৰ চালক লাকলাৰ চংকাম য়ংকুক ৷

জাগুনত ভয়ংকৰ পথ দুৰ্ঘটনা

আহত চালকজনক স্থানীয় ৰাইজ আৰু জাগুন আৰক্ষীৰ সহযোগত ডিব্ৰুগড়ৰ শংকৰদেৱ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাত বাহনখনৰ যথেষ্ট ক্ষতিসাধন হয় ৷

লগতে পঢ়ক:চৰম প্ৰাকৃতিক দুৰ্ঘটনাৰ গৰাহত হিমালয় ৰাজ্যসমূহ

ABOUT THE AUTHOR

...view details