অসম

assam

By

Published : Jun 19, 2020, 10:23 PM IST

ETV Bharat / state

ONGCৰ উচ্চ পদস্ত বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ বৈঠক

ভাৰতীয় সেনাৰ লেফ্টেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাসহ এটা সজাতি দলে বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চল পৰিদৰ্শন কৰে ৷ সেনাৰ দলটোৱে Dr.Chandrasekaran,Director(E&D)ৰ লগতে ONGC ৰ অন্য উচ্চ পদস্ত বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় ।

Indian army and oil india limited press meet regarding baghjan issue
Indian army and oil india limited press meet regarding baghjan issue

তিনিচুকীয়া,১৯ জুন :শুকুৰবাৰে ভাৰতীয় সেনাৰ লেফ্টেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাসহ এটা সজাতি দলে বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চল পৰিদৰ্শন কৰে ৷

ONGC ৰ উচ্চ পদস্ত বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ বৈঠক
ONGC ৰ উচ্চ পদস্ত বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ বৈঠক

সেনাৰ দলটোৱে Dr.Chandrasekaran,Director(E&D)ৰ লগতে ONGC ৰ অন্য উচ্চ পদস্ত বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় ৷ EIA(environment impact assessment) টিমৰ ১৮ জুনত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিল পৰিদৰ্শন আৰু মতাপুং মাগুৰি বিলৰ পানীৰ নমুনা সংগ্ৰহ কৰি TERI (the energy and resource institute)ৰ বাঘজানত বায়ুৰ লগতে শব্দৰ প্ৰাবল্যৰ সবিশেষ অধ্যয়ন কৰে ।

ONGC ৰ উচ্চ পদস্ত বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ বৈঠক

লগতে,বায়ুৰ বিশুদ্ধতা আৰু শব্দৰ প্ৰাবল্য জোখা SOx,NOx যন্ত্ৰ উপস্থাপন লগতে TERI ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ভূমি পৰিদৰ্শন কৰাৰ কথা অইলে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ৷

ONGC ৰ উচ্চ পদস্ত বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ বৈঠক

ইপিনে,বাঘজান তৈলক্ষেত্ৰৰ BGR-5ৰ অগ্নিকাণ্ডৰ ফলত অইলৰ ৩৩ টা খাদত খাৰুৱা তেলৰ উৎপাদন আৰু পাঁচটা খাদত গেছ উৎপাদন বন্ধ কৰিব নোৱাৰাৰ ফলত অচল হৈ পৰাৰ লগতে 504MT কুড অইল আৰু .62 MMSCM প্ৰাকৃতিক গেছ দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেডৰ লোকচান হোৱা বুলি জানিব পৰা গৈছে ।

ONGC ৰ উচ্চ পদস্ত বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ বৈঠক
লগতে পঢ়ক : COVID-19ত আক্ৰান্ত ৰঙিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক

ABOUT THE AUTHOR

...view details