তিনিচুকীয়া, 4 নৱেম্বৰঃতিনিচুকীয়াত ড্ৰাগছতকৈ অধিক ভয়াৱহ ৰূপত গা-কৰি উঠিছে কানিৰ প্ৰচলন ৷ তিনিচুকীয়াৰ প্ৰতিখন গ্ৰামাঞ্চলত সহজলব্ধ হৈ পৰিছে কানি ৷ ই টি ভি ভাৰতৰ কেমেৰাত বন্দী হৈছে কানি খোৱাৰ EXCLUSIVE দৃশ্য ৷
তিনিচুকীয়াত বৃদ্ধি পাইছে কানিৰ ব্যৱহাৰ,নীৰৱ ভূমিকাত প্ৰশাসন - তিনিচুকীয়াত বৃদ্ধি পাইছে কানিৰ ব্যৱহাৰ
তিনিচুকীয়াত ড্ৰাগছতকৈ অধিক ভয়াৱহ ৰূপত গা-কৰি উঠিছে কানিৰ প্ৰচলন ৷ ই টি ভি ভাৰতৰ কেমেৰাত বন্দী কানি খোৱাৰ EXCLUSIVE দৃশ্য ৷
কানিৰ ব্যৱহাৰ
তিনিচুকীয়াৰ বুঢ়ীদিহিং মৌজা,কাকপথাৰ, মাকুম আদি অঞ্চলত ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে কানি সেৱন কৰা পৰলক্ষিত হৈছে ৷ কানিৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা প্ৰশাসনৰ ৷ একাংশ অসাধু ব্যৱসায়ীয়ে অৰুণাচল,মণিপুৰৰ পৰা কানিৰ সৰবৰাহ কৰাৰ অভিযোগ ৷
লগত পঢ়কঃচিৰাঙত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ
Last Updated : Nov 4, 2019, 1:27 PM IST