অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ মাকুমত জব্দ অবৈধ বালিভৰ্তি ট্ৰাক - তিনিচুকীয়াৰ মাকুমত জব্দ অবৈধ বালিভৰ্তি ট্ৰাক

ডুমডুমাৰ পৰা ট্ৰাক কেইখনে অবৈধভাৱে বালি সমূহ কঢ়িয়াই আনি থকা সময়তে মাকুম বনবিভাগৰ এটা দলে গাড়ী কেইখন জব্দ কৰে ৷

মাকুমত জব্দ অবৈধ বালিভৰ্তি ট্ৰাক

By

Published : Oct 2, 2019, 3:05 PM IST

তিনিচুকীয়া, 2 অক্টোবৰঃ বুধবাৰে পুৱা তিনিচুকীয়াৰ মাকুমত বন বিভাগে তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাক আৰু এখন শিল ভৰ্তি ড্ৰাম্পাৰ জব্দ কৰে ৷ তথ্য অনুসৰি, ডুমডুমাৰ পৰা ট্ৰাক কেইখনে অবৈধভাৱে বালি সমূহ কঢ়িয়াই আনি থকা সময়তে মাকুম বনবিভাগৰ এটা দলে গাড়ী কেইখন জব্দ কৰে ৷

মাকুমত জব্দ অবৈধ বালিভৰ্তি ট্ৰাক

অবৈধভাৱে বালি আৰু শিল কঢ়িয়াই অনা জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে As-06F-7515, AS-23AC-3998, AS-23 CC 1308 আৰু শিল কঢ়িয়াই অনা ডাম্পাৰ খনৰ নম্বৰ হৈছে AS-23BC-8689 ৷ সম্প্ৰতি মাকুম বনবিভাগে গাড়ী কেইখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details