তিনিচুকীয়া, 4 এপ্ৰিলঃ বিদ্যালয়ৰ দুৱাৰ বন্ধ কৰি পাঠদান মাৰ্ঘেৰিটাৰ লিডুত ৷ খেলপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা চলি থকাৰ বাবেই বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ দুৱাৰ বন্ধ কৰি পাঠদান কৰিবলৈ বাধ্য হয় শিক্ষকে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডুস্থিত বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ
খেলপথাৰত অনুষ্ঠিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা ৷ যাৰ বাবে বিদ্যালখনৰ পাঠদান কাৰ্যসূচীত ব্যাঘাত জন্মে ৷
হিমন্তৰ নিৰ্বাচনী প্ৰচাৰে ব্যাঘাত আনিছে পাঠদান কাৰ্যসূচীত - assam news
বৃহস্পতিবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডুস্থিত বাজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা ৷ যাৰ বাবে বিদ্যালখনৰ পাঠদান কাৰ্যসূচীত ব্যাঘাত জন্মে
লিডুত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰে
আনহাতে, ছাত্ৰ ছাত্ৰীৰ পাঠ গ্ৰহণত ব্যাঘাত জন্মিব বুলি জনাৰ পাচতো কেনেকৈ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীয়ে খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে কৰা সাংবাদিকৰ প্ৰশ্নত কয়, বাস্তৱ লগত পৰিচয় কৰাই দিয়াৰ বাবেই খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ দিয়া বুলি মন্তব্য কৰে ৷