অসম

assam

By

Published : Jun 12, 2020, 4:30 AM IST

ETV Bharat / state

বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷

baghjan oil incident
baghjan oil incident

তিনিচুকীয়া, 11 জুন : বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনৰ ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাস , ONGC ৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা, ONGC ৰ প্ৰাক্তন সঞ্চালক টি কে সেনগুপ্তাক লৈ গঠন কৰিছে কমিটি খন ।

বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন
তিনিজনীয়া উচ্চস্তৰীয় কমিটি খনে বাঘজানৰ ঘটনাৰ তদন্ত কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ক ৷

ABOUT THE AUTHOR

...view details