অসম

assam

ETV Bharat / state

বৰফৰ শুভ্ৰ দলিচাৰে মায়াময় মায়’ডিয়া - ARUNACHAL PRADESH MAIODIA

তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১৬৫ কিঃমি ৰ নিলগত অৱস্থিত মায়’ডিয়া ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭ হাজাৰ ৭ শ ১১ ফুট উচ্চতাত অৱস্থিত এই মায়’ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতিছে পৰ্যটকক ৷

heavy snowfall at Mayodiya
বৰফৰ শুভ্ৰ দলিচাৰে আবৃত্ত মায়’ডিয়া

By

Published : Jan 13, 2020, 12:33 PM IST

শদিয়া,13 জানুৱাৰীঃ অৰুণাচল প্ৰদেশৰ এক নান্দনিক দৃশ্য ৷ বৰফৰ শুভ্ৰ দলিচাই মোহনীয় কৰি তুলিছে অৰুণাচল প্ৰদেশৰ মায়'ডিয়া সেউজীয়া পাহাৰক ৷ তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ ১৬৫ কিঃমিঃ ৰ নিলগত অৱস্থিত মায়’ডিয়া ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭ হাজাৰ ৭ শ ১১ ফুট উচ্চতাত অৱস্থিত এই মায়’ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই ৰিঙিয়াই মাতিছে পৰ্যটকক ৷

বৰফৰ শুভ্ৰ দলিচাৰে আবৃত্ত মায়’ডিয়া

সাধাৰণতে শীত কালৰ নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহৰ শেষ ভাগলৈকে এনেদৰেই মায়'ডিয়াৰ সেউজীয়া পাহাৰৰ বক্ষত বৰফৰ শুভ্ৰতাই সৃষ্টি কৰে নান্দনিক পৰিৱেশৰ ৷ মায়’ডিয়াৰ এই নান্দনিক পৰিৱেশৰ মাজত বিলীন হ’বলৈ সম্প্ৰতি ভিৰ কৰিছেহি পৰ্যটক সকলে ৷

লগতে পঢ়ক-ৰহাত CAA ৰ বিৰোধিতাৰে ব্যতিক্ৰমী ভেলাঘৰ

ABOUT THE AUTHOR

...view details