- তিনিচুকীয়া আৰক্ষীৰ জালত আন এগৰাকী অপৰাধী
- আৰক্ষী কমাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ড লগত জড়িত বিতুপন চুতীয়াক আটক
- হত্যাকাণ্ডৰ পাচতে পলাতক অৱস্থাত আছিল বাৰেকুৰি বৰগাঁৱৰ বিতুপন চুতীয়া
- ধৃত বিতুপনক বৃহস্পতিবাৰে পুৱা অৰুণাচলৰ নামচাইৰ পৰা আটক কৰে আৰক্ষীয়ে
গিৰিশ দত্ত হত্যাকাণ্ডঃ আটক অভিযুক্ত - BITUPAN CHUTIA
![গিৰিশ দত্ত হত্যাকাণ্ডঃ আটক অভিযুক্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3485016-654-3485016-1559801981319.jpg)
গিৰিশ দত্ত হত্যাকাণ্ডঃ আটক অভিযুক্ত
2019-06-06 11:44:16
আৰক্ষী কমাণ্ডো গিৰিশ দত্ত হত্যাকাণ্ডৰ আন এক অভিযুক্তক বৃহস্পতিবাৰে আটক কৰে আৰক্ষীয়ে ৷
Last Updated : Jun 6, 2019, 12:19 PM IST