- দক্ষ আৰক্ষীৰ কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডত জড়িত তৃতীয়জন অভিযুক্ত আটক
- তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিজুত চুতীয়াক
- আটকাধীন বিজুত চুতীয়াক মাৰাথান জেৰা অব্যাহত আৰক্ষীৰ
- ইয়াৰ পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডৰ লগত দুজনকৈ অভিযুক্তক
আৰক্ষী কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আটক - অসম নিউজ
![আৰক্ষী কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আটক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3497214-1029-3497214-1559907355046.jpg)
আৰক্ষী কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত
2019-06-07 16:48:11
তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিজুত চুতীয়াক
Last Updated : Jun 7, 2019, 9:50 PM IST