অসম

assam

ETV Bharat / state

কাকপথাৰত বিশেষভাবে সক্ষম লোকৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ - তিনিচুকীয়া জিলা কল্যান বিভাগৰ উদ্যোগত বাধাগ্ৰস্ততা প্ৰমাণীকৰণ শিবিৰ স্নেহালয় আৰু পূবালী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ

কাকপথাৰত বিশেষভাবে সক্ষম লোকৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ । তিনিচুকীয়া জিলা কল্যাণ বিভাগৰ উদ্যোগত বাধাগ্ৰস্ততা প্ৰমাণীকৰণ শিবিৰ স্নেহালয় আৰু পূবালী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷

কাকপথাৰত বিশেষভাবে সক্ষম লোকৰ মাজত বিনামূলীয়া চিকিৎসা শিবিৰ
কাকপথাৰত বিশেষভাবে সক্ষম লোকৰ মাজত বিনামূলীয়া চিকিৎসা শিবিৰ

By

Published : Jan 16, 2021, 6:53 PM IST

শদিয়া,১৬ জানুৱাৰী: তিনিচুকীয়া জিলাৰ কাকপথাৰত অঞ্চলটোৰ অংগনবাদী কৰ্মীসকলৰ সহযোগত শনিবাৰে বিশেষভাবে সক্ষম লোকৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত পুৱা দহবজাৰ পৰা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰকাৰীভাৱে প্ৰমাণ-পত্ৰ নথকা প্ৰায় ৩৫০ গৰাকী বিশেষভাৱে সক্ষম লোকে উক্ত চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰায় ৷

কাকপথাৰত বিশেষভাবে সক্ষম লোকৰ মাজত বিনামূলীয়া চিকিৎসা শিবিৰ

তিনিচুকীয়া জিলা কল্যান বিভাগৰ উদ্যোগত বাধাগ্ৰস্ততা প্ৰমাণীকৰণ শিবিৰ স্নেহালয় আৰু পূবালী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সহযোগত এই শিবিৰত কান, চকু, মানসিক চিকিৎসকৰ লগতে আৰু বিভিন্ন বেমাৰৰ চিকিৎসকসকল উপস্থিত থাকি চিকিৎসা আগবঢ়়ায় ৷

লগতে পঢ়ক:হোজাই আৰক্ষী অধীক্ষৰ কাৰ্যালয়ত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ

ABOUT THE AUTHOR

...view details