ডিব্ৰুগড়,23জুনঃ দুলীয়াজানৰ বজালনী তামুলী খাট অঞ্চলত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ শিশু মহিলা সহ অৰ্ধ শতাধিক লোক । জানিব পৰা মতে জিন্টু মেছ নামৰ লোকজনৰ ঘৰত আয়োজন কৰা সকামত মাহ-প্ৰসাদ খাই অসুস্থ হয় লোকসকল ।
দুলীয়াজানত মাহ-প্ৰসাদ খায় অসুস্থ কেইবাগৰাকীও লোক - দুলীয়াজানৰ অইল চিকিৎসালয়ত ভৰ্তি
সকামৰ মাহ-প্ৰসাদ খায় অসুস্থ কেইবাগৰাকীও লোক ৷ আটাইকে চিকিৎসালয়ত ভৰ্তি ৷

দুলীয়াজানত মাহ প্ৰসাদ খাই দ‘হৰো অধিক ব্যক্তি চিকিৎসালয়ত ভৰ্তি
দুলীয়াজানত মাহ প্ৰসাদ খাই দ‘হৰো অধিক ব্যক্তি চিকিৎসালয়ত ভৰ্তি
অসুস্থ হৈ পৰা অঞ্চলটোৰ ১৩ জনকৈ লোকক ইতিমধ্যে দুলীয়াজানৰ অইল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইপিনে সকামত উপস্থিত থকা অন্যান্য লোকসকল ঘটনাটোৰ ফলত চিন্তিত হৈ পৰা দেখা গৈছে ৷
লগতে পঢকঃ গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ সদৌ অসম বঙালী ফেডাৰেচন