অসম

assam

By

Published : May 26, 2020, 5:23 PM IST

ETV Bharat / state

তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো বানৰ তাণ্ডৱ ৷ মুষলধাৰ বৰষুণৰ ফলত পানীত বুৰ গৈছে প্ৰায় 7 শতাধিক পৰিয়ালৰ বাসগৃহ ৷

জলমগ্ন তিনিচুকীয়া
জলমগ্ন তিনিচুকীয়া

তিনিচুকীয়া, 26 মে': বাৰিষাৰ প্ৰথমটোত বানত জলমগ্ন হৈ পৰে তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চল । বিগত দুদিন একেৰাহে হোৱা মুষলধাৰ বৰষুণৰ ফলত তিনিচুকীয়াৰ ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ ইয়াৰ বাঢ়নী পানীয়ে গুইজান, ৰঙাগৰা, নতুন গাঁও, বাৰেকুৰী আদি অঞ্চল বুৰাই পেলায় ।

জলমগ্ন তিনিচুকীয়া

সমগ্ৰ অঞ্চলটোত প্ৰায় 7 শতাধিক পৰিয়ালৰ ঘৰ পানীৰ কৱলত পৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:শিৱসাগৰত কোভিড ১৯ ত আক্ৰান্ত তিনিজন

ABOUT THE AUTHOR

...view details