অসম

assam

ETV Bharat / state

মন্ত্ৰীসভাত স্থান লাভৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ - তিনিচুকীয়া

সোণোৱাল মন্ত্ৰীসভাত সাম্ভাৱ্য় স্থান লাভৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে ৷ শনিবাৰে বিধায়ক কিষাণে শপত গ্ৰহণ কৰিব সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে ৷

প্ৰতিক্ৰিয়া
প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ

By

Published : Jan 17, 2020, 8:55 PM IST

Updated : Jan 17, 2020, 9:13 PM IST

তিনিচুকীয়া,17 জানুৱাৰীঃকপাল ফুলিল তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ ৷ সোণোৱাল মন্ত্ৰীসভাত সাম্ভাৱ্য স্থান লাভৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে ৷ শনিবাৰে বিধায়ক কিষাণে শপত গ্ৰহণ কৰিব সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন-

প্ৰতিক্ৰিয়া প্ৰকাশ সঞ্জয় কিষাণৰ
Last Updated : Jan 17, 2020, 9:13 PM IST

ABOUT THE AUTHOR

...view details