তিনিচুকীয়া, 6 ডিচেম্বৰ :তিনিচুকীয়াত জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ ।
তিনিচুকীয়াত শুভাৰম্ভ জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনী - scheme tinsukia
তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈ পাৰৰ গুইজান ঘাটত শুভ উদ্বোধন হয় অসম চৰকাৰৰ পৰিবহন বিভাগৰ আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন আৰু অসম জলপৰিবহন সঞ্চালকৰ দ্বাৰা আয়োজিত যন্ত্ৰচালিত নাৱৰ ৷

তিনিচুকীয়াত শুভাৰম্ভ জীৱনডিঙা আঁচনিৰ মেৰিণ ইঞ্জিনৰ প্ৰদৰ্শনী
শনিবাৰে তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈ পাৰৰ গুইজান ঘাটত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন আৰু অসম জলপৰিবহণ সঞ্চালকৰ দ্বাৰা আয়োজিত যন্ত্ৰচালিত নাৱৰ শুভ উদ্বোধন কৰে ।