- আলফা(স্বাধীন)ত সংঘাত অব্যাহত
- আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা লেফটেনেণ্ট ভাস্কৰ বৰা ওৰফে থুমুং অসম ওৰফে ভাইটি অসম সহ লেফটেনেণ্ট নিজান দলে ওৰফে জাষ্টিন অসম আৰু আদৰ্শ অসমৰ আত্মসমৰ্পণ জাষ্টিন অসম
- বৃহস্পতিবাৰে নিশা অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফাৰ এই তিনিজন নেতাই থুমুং অসম
- তিনিওজনৰ বিৰুদ্ধে কিছুদিনৰ পূৰ্বে আলফাই সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল
আলফা স্বাধীনত মোক্ষম আঘাতঃ থুমুং,জাষ্টিন আৰু আদৰ্শৰ আত্মসমৰ্পণ - Surrender
পুনৰ আলফা স্বাধীনত মোক্ষম আঘাত ৷ সংগঠনটোত আভ্যন্তৰীণ সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ তিনিজনকৈ আলফা সদস্যৰ আত্মসমৰ্পণ ৷
![আলফা স্বাধীনত মোক্ষম আঘাতঃ থুমুং,জাষ্টিন আৰু আদৰ্শৰ আত্মসমৰ্পণ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3110400-864-3110400-1556255681801.jpg)
আলফা স্বাধীনত মোক্ষম আঘাতঃ থুমুং,নিঞ্জা আৰু আদৰ্শৰ আত্মসমৰ্পণ