ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী - আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী
চাহ শ্ৰমিকৰ 20 শতাংশ বোনাচ কৰ্তনৰ প্ৰতিবাদত এই কাৰ্যসূচী ৷
![ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4317570-thumbnail-3x2-ojggj.jpg)
ডুমডুমাত চাহ শ্ৰমিকৰ 20 শতাংশ বোনাচ কৰ্তনৰ প্ৰতিবাদ
ডুমডুমা, 2 ছেপ্তেম্বৰ:
- ডুমডুমাত আছাৰ প্ৰতিবাদী বাইক ৰেলী
- চাহ শ্ৰমিকৰ 20 শতাংশ বোনাচ 8.33 শতাংশলৈ কমোৱাৰ প্ৰতিবাদ
- বাগান মালিক কতৃপক্ষৰ সিদ্ধান্ত বিৰূদ্ধে জাঙুৰ খাই উঠিছে চাহ জনগোষ্ঠী সংগঠন আছা
- চাহ শ্ৰমিকৰ প্ৰাপ্য 20 শতাংশ পূজাৰ ভিতৰত আদায় নকৰিলে আচাৰ জংগী আন্দোলনৰ ভাবুকি সংগঠনটোৰ ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী