ডুমডুমা, 25 জুনঃ কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছে ডুমডুমাৰ মৌমিতা কোঁৱৰে। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত R.D. Junior Collegeৰ ছাত্ৰী মৌমিতা কোঁৱৰে লাভ কৰে এই সফলতা ৷ ডুমডুমা বৰহাপজান নিবাসী বিমল কোঁৱৰৰ কন্যা মৌমিতা কোঁৱৰৰ সাফল্যত আনন্দিত অঞ্চলবাসী ৷
কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ - R.D. Junior College
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত R.D. Junior Collegeৰ ছাত্ৰী মৌমিতা কোঁৱৰে লাভ কৰে এই সফলতা ৷
![কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিকলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰতা কোঁৱৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7761182-thumbnail-3x2-doomdoma.jpg)
কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ