অসম

assam

ETV Bharat / state

ডিগবৈ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ সন্মুখত ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন শ্ল'গানেৰে ঠিকাদাৰৰ প্ৰতিবাদ ৷ সা-সুবিধা প্ৰদানৰ দাবী আই অ চি এল ঠিকাদাৰৰ

By

Published : Aug 22, 2019, 4:53 AM IST

ডিগবৈ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ সন্মুখত ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

ডিগবৈ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ সন্মুখত ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, 22 আগষ্ট : ভাৰতীয় তেল নিগম, ডিগবৈৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আই অ চি এল ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ ৷ বিভিন্ন সমস্যা সমূহৰ লগতে কেতবোৰ সা-সুবিধা প্ৰদানৰ দাবীত এক ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰসকলে । হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে ঠিকাদাৰ সকলৰ নায্য প্ৰাপ্তি শীঘ্ৰে মোকলাই দিবলৈ দাবী জনাই এ অ ডিৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ মূল দ্বাৰৰ সন্মুখত উত্তাল কৰি তোলে। শেহতীয়াকৈ এ অ ডিৰ শীৰ্ষ বিষয়া সকলৰ বিৰুদ্ধে মইমতালি আৰু স্বজন-তোষণ অভিযোগ উত্থাপিত হৈছে ৷

ABOUT THE AUTHOR

...view details