কলাত পঞ্চম স্থান দখল কৰা ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা - shruti sonowal
সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰাজ্যৰ ভিতৰতেই পঞ্চম স্থান দখল কৰিছিল শ্ৰুতি সোণোৱালে ৷

ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা
ডুমডুমা , 26 মে':সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি ডুমডুমা অঞ্চলটোৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ডুমডুমা ৰূপবনৰ শ্ৰুতি সোণোৱালে ৷ শ্ৰুতিৰ এই সফলতাৰ বাবে বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনায় ৷
ডুমডুমাৰ শ্ৰুতিলৈ দল-সংগঠনৰ সম্বৰ্ধনা