অসম

assam

ETV Bharat / state

ধলাত মৃতদেহ উদ্ধাৰ

ন দিহিঙত 2 মে’ত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন দুজন লোকৰ মৃতদেহ উদ্ধাৰ হয় মঙলবাৰে ৷

ধলাত মৃতদেহ উদ্ধাৰ

By

Published : May 7, 2019, 6:59 PM IST

  • শংকৰ গুঞ্জু আৰু ফুল গুঞ্জু নামৰ দম্পতি হালৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ
  • ধলাৰ মালভোগ নামৰ ঠাইত উপঙি আছিল মৃতদেহ দুটা
  • দুৰ্ঘটনাটোত তিনিজন লোক সন্ধানহীন হৈছিল
  • তাৰে এগৰাকীৰ মৃতদেহ সোমবাৰে উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰত
    মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details