অসম

assam

ETV Bharat / state

মাৰ্ঘেৰিটাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - সৰ্বেশ্বৰ গগৈ নামৰ লোক এজনৰ চাহ বাগানৰ মাজত উদ্ধাৰ

মাৰ্ঘেৰিটাৰ কেটেতঙত উদ্ধাৰ এটা অৰ্ধগলিত মৃতদেহ ৷ মৃতদেহটো জয়সিং সৎনামী লোকজনৰ বুলি চিনাক্ত কৰা হৈছে ৷

মাৰ্ঘেৰিটাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

By

Published : Oct 27, 2019, 8:59 PM IST

তিনিচুকীয়া, 27 অক্টোবৰঃ মাৰ্ঘেৰিটাৰ কেটেতঙত উদ্ধাৰ এটা অৰ্ধগলিত মৃতদেহ ৷ মৃতদেহটো জয়সিং সৎনামী লোকজনৰ বুলি চিনাক্ত কৰা হৈছে ৷ সৰ্বেশ্বৰ গগৈ নামৰ লোক এজনৰ চাহ বাগানৰ মাজত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ লোকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ পৰিয়ালৰ লোকে জনোৱা মতে জয়সিং যোৱা শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

মাৰ্ঘেৰিটাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details