অসম

assam

ETV Bharat / state

ডিৰাকত যুৱকৰ মৃতদেহ উদ্ধাৰ

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক সোণজান গাঁৱত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়

By

Published : May 12, 2019, 10:50 PM IST

ডিৰাকত যুৱকৰ মৃতদেহ উদ্ধাৰ

  • অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাক সোণজান গাঁৱত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়
  • মৃত যুৱকজন সোণজান গাঁৱৰ বিজিং মৰাণৰ পুত্ৰ দিফুল মৰাণ বুলি জানিব পৰা গৈছে
  • যুৱকজনক দিনৰ ভাগত নলাৰ পানীৰ ওপৰত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে
  • যুৱকজনক ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে
  • কিছুদিন পূৰ্বে একে স্থানতেই দুজন যুৱকে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল
  • ঘটনাৰ পুনৰাবৃত্তি হোৱাত এতিয়া ৰহস্যৰ সৃষ্টি হৈছে

ABOUT THE AUTHOR

...view details