অসম

assam

ETV Bharat / state

ডুমডুমাত নিহত তিনিগৰাকী মহিলা

By

Published : Jun 13, 2019, 11:40 PM IST

Updated : Jun 13, 2019, 11:49 PM IST

ডুমডুমাত নিহত তিনিগৰাকী মহিলা

2019-06-13 22:52:56

ডুমডুমাৰ বাগানত একেলগে মৃত্যু তিনি মহিলাৰ

  • ডুমডুমাৰ বৰডুবি চাহ বাগিচাৰ চাৰিনম্বৰ লাইনত সংঘটিত হয় শোকাবহ ঘটনা
  • বাগিছাখনৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ হঠাতে মৃত্যু হয় 
  • মৃত মহিলাকেইগৰাকীৰ নাম ফিলমিয়া চাই মুৰুম, সাৰথি খাৰিয়া আৰু দিৰাং চাই মুৰুম
  • বাগিছাত পাত ছিঙি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল মহিলাকেইগৰাকী
  • খাদ্যত বিষক্ৰিয়া হৈ মহিলাকেইগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 
  • প্ৰথম অৱস্থাত বৰডুবি চাহ বাগিছাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মহিলা তিনিগৰাকীক
  • পাছত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়
  • কিন্তু  চিকিৎসকে মহিলাকেইগৰাকীক মৃত বুলি ঘোষণা কৰে
Last Updated : Jun 13, 2019, 11:49 PM IST

ABOUT THE AUTHOR

...view details