তিনিচুকীয়া, মে': তিনিচুকীয়াত আৰ এছ এছৰ কাৰ্যলয়ত কতৰ্ব্য অৱস্থাত থকা চিআৰপিএফৰ এজন জোৱানৰ আত্মহত্যা । নিজৰ চাৰ্ভিছ বন্দুকৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে । আত্মহত্যা কৰা জোৱানজনৰ নাম অমৃত কুমাৰ ।
তিনিচুকীয়াত চাৰ্ভিছ বন্দুকেৰে গুলীয়াই আত্মহত্যা CRPF জোৱানৰ - RSS
তিনিচুকীয়াত চিআৰপিএফৰ জোৱানৰ আত্মহত্যা । কতৰ্ব্য অৱস্থাত নিজৰ চাৰ্ভিছ বন্দুকৰে গুলিয়াই আত্মহত্যা কৰে জোৱানজনে । বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই জোৱানজনৰ আত্মহত্যা কাৰণ
![তিনিচুকীয়াত চাৰ্ভিছ বন্দুকেৰে গুলীয়াই আত্মহত্যা CRPF জোৱানৰ তিনিচুকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7057979-500-7057979-1588595754417.jpg)
তিনিচুকীয়াত নিজৰ চাৰ্ভিছ বন্দুকৰে গুলিয়াই আত্মহত্যা চিআৰপিএফৰ জোৱানৰ
তিনিচুকীয়াৰ ৬৮ বেটেলিয়ানৰ জোৱান অমৃত কুমাৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে । তিনিচুকীয়াআৰ এছ এছৰ কাৰ্যলয়ত কৰ্তব্যৰত অৱস্থাত আছিলজন। আনহাতে বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই জোৱানজনৰ আত্মহত্যাৰ কাৰণ ।