মাৰ্ঘেৰিটা, 18 আগষ্টঃ ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল মাৰ্ঘেৰিটাৰ যুৱক চাদাম হুছেইন আনছাৰী ৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় পতাকাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি ফেচবুক প'ষ্ট কৰিছিল যুৱকজনে ৷
ফেচবুকত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰৰ আলহী যুৱক - PM
ফেচবুকত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় পতাকাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা যুৱকক আটক মাৰ্ঘেৰিটা আৰক্ষীৰ ৷

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰৰ আলহী যুৱক
ফেচবুকত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰৰ আলহী যুৱক
উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ চাদাম হুছেইন আনছাৰী নামৰ যুৱকজনে মাৰ্ঘেৰিটাৰে মেহতাব খান নামৰ যুৱকজনৰ ম’বাইল হেক কৰি আপত্তিজনক মন্তব্য কৰিছিল ফেচবুকত । পিচত এই ঘটনা সন্দৰ্ভত আমছু আৰু যুৱ মৰ্চাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাচতেই মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰে চাদামক ।