অসম

assam

ETV Bharat / state

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপেশ গোৱালাৰ পদত্যাগ - congress party left by secatory rupeash gowala

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰূপেশ গোৱালাই বুধবাৰে কংগ্ৰেছ দলৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপেশ গোৱালাৰ পদত্যাগ
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপেশ গোৱালাৰ পদত্যাগ

By

Published : Jan 28, 2021, 6:57 AM IST

Updated : Jan 28, 2021, 8:37 AM IST

ডুমডুমা,28 জানুৱাৰী:ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এটা ৰাজনৈতিক দলৰ পৰা আন এটা ৰাজনৈতিক দলত যোগদান প্ৰক্ৰিয়া ব্যাপক ভাৱে আৰম্ভ হৈছে ৷

তাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰূপেশ গোৱালাই বুধবাৰে কংগ্ৰেছ দলৰ পৰা আকস্মিক ভাৱে পদত্যাগ কৰে ৷ উল্লেখযোগ্য যে,কোন ৰাজনৈতিক দলত তেওঁ যোগদান কৰিব এতিয়ালৈকে জানিব পৰা নাই যদিও তেওঁ অৱশ্যে সাংবাদিকৰ আগত জনায় যে ব্যক্তিগত কাৰণত হে পদত্যাগ কৰে ৷

লগতে চাওঁকঃ কম সম্পত্তিৰে কোন এই দহ জনপ্ৰতিনিধি ?

Last Updated : Jan 28, 2021, 8:37 AM IST

ABOUT THE AUTHOR

...view details