তিনিচুকীয়া, 13 ছেপ্তেম্বৰ :অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ পূব কয়লা ক্ষেত্ৰ ৷ আনুষ্ঠানিকভাৱে এই কথা জনালে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক খাদ্য সংশোধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন - Coal Field Reopening In October month 2020
অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ উৎপাদন ৷ আনুষ্ঠানিকভাৱে এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷
অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন
দেওবাৰে মাৰ্ঘেৰিটাৰ দিহিং গেষ্ট হাউচত জনালে এই কথা ৷ উল্লেখ যে, তিনিমাহ ধৰি ব্যাহত হৈ আছিল উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন ৷
লগতে পঢ়ক :অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল