ডুমডুমা,9 জুনঃ বিগত ২৭ মে' তাৰিখৰ পৰা বৰ্তমানলৈকে তিনিচুকীয়াৰ বাঘজানৰ BGR-5 নম্বৰ খাদৰ পৰা অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত হৈ আছে । অইল ইণ্ডিয়াই Blow out Preventer Arrangments নকৰাকৈ ড্ৰিলিং কৰাৰ বাবেই বাঘজানৰ তৈলখাদত বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰি অইল ইণ্ডিয়াৰ বিৰুদ্ধে বাঘজান আৰক্ষী থানাত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে এখন এজাহাৰ দাখিল কৰে ।
অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে বাঘজান থানাত এজাহাৰ দাখিল - case register against oil india authority
অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই বাঘজানৰ তৈলখাদত বিস্ফোৰণৰ হোৱাৰ অভিযোগ তুলি বাঘজান থানাত এজাহাৰ দাখিল কৰিছে পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে ৷

অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে বাঘজান থানাত এজাহাৰ দাখিল
অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে বাঘজান থানাত এজাহাৰ দাখিল
সম্প্ৰতি বাঘজানৰ সমগ্ৰ ঘটনাৰ এক উচ্চিত তদন্ত দাবী কৰিছে জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী গৰাকীয়ে ৷