নৱৰাত্ৰিৰ প্ৰাকক্ষণত তিনিচুকীয়াত অঘটন - TINSUKIA

নৱৰাত্ৰিৰ প্ৰাকক্ষণত তিনিচুকীয়াত অঘটন
17:03 October 16
নৱৰাত্ৰিৰ প্ৰাকক্ষণত তিনিচুকীয়াত অঘটন
তিনিচুকীয়া, 16 অক্টোবৰ : নৱৰাত্ৰিৰ প্ৰাকক্ষণত তিনিচুকীয়াত অঘটন । নৱৰাত্ৰিৰ পূজা অৰ্চনাৰ বাবে ফুল আনিবলৈ গৈ তিনিচুকীয়াৰ শুকানপুখুৰীৰ এটা পুখুৰীত পৰি মৃত্যু দুজন লোকৰ । মৃত লোকদুজন চিৰাপত্তিৰ উজ্জল কৰ্মকাৰ (45) , পটল ভক্ত (53) বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত জিলা প্ৰশাসনৰ লগতে এনডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ ।
লগতে পঢ়ক: নোমল ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্বাচন
Last Updated : Oct 16, 2020, 6:34 PM IST