অসম

assam

By

Published : Apr 1, 2021, 5:45 PM IST

ETV Bharat / state

তিনিচুকীয়াৰ ডাঙৰী নৈত উদ্ধাৰ মৃতদেহ

তিনিচুকীয়াৰ ডাঙৰী নৈত বৃহস্পতিবাৰে উদ্ধাৰ হয় এটা মৃতদেহ। ডাঙৰী ৰে'লৱে দলঙৰ তলত নৈত উদ্ধাৰ হয় মৃতদেহটো। ঘটনাস্থলীত তালাপ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া প্ৰেৰণ কৰে ৷

তিনিচুকীয়াৰ ডাঙৰী নৈত উদ্ধাৰ মৃতদেহ
তিনিচুকীয়াৰ ডাঙৰী নৈত উদ্ধাৰ মৃতদেহ

তিনিচুকীয়া,1 এপ্ৰিল: তিনিচুকীয়াৰ ডাঙৰী নৈত বৃহস্পতিবাৰে উদ্ধাৰ হয় এটা মৃতদেহ। ডাঙৰী ৰে'লৱে দলঙৰ তলত নৈত উদ্ধাৰ হয় মৃতদেহটো। ঘটনাস্থলীত তালাপ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, নৈত উদ্ধাৰ হোৱা লোকজনৰ মৃতদেহটো তালাপ বাগান গাঁৱৰ মুটৰু গঞ্জু বুলি চিনাক্ত কৰিছে স্থানীয় লোকে ৷ পুৱাৰ ভাগত তালাপ বাগানৰ কৰ্মচাৰীজনে ডাঙৰী চাহ বাগিছালৈ কামৰ বাবে ওলাই যোৱাৰ পাচতে এই ঘটনাটো সংঘটিত হয় ৷ অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:ত্ৰিপুৰাৰ আনৱাৰা চৌধুৰী হত্যাকাণ্ডৰ নতুন মোৰ

ABOUT THE AUTHOR

...view details