তিনিচুকীয়া,17এপ্ৰিলঃ স্বকীয় বৈশিষ্ট্য,ধৰ্মীয় ৰীতি-নীতিৰে বহাগৰ প্ৰথটো মঙলবাৰৰ পৰা আৰম্ভ হ’ল উজনিৰ ভূমিপুত্ৰ মৰাণ সকলৰ বিহু ৷ মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰুবিহু পালন কৰাৰ পাচতেই গোঁসাই বিহু উদযাপন কৰিব মৰাণ জনগোষ্ঠীৰ লোক সকলে ৷
তিনিচুকীয়াত মৰাণ সকলৰ গৰু বিহু পালন - MORAN COMMUNITY
বহাগৰ প্ৰথমটো মঙলবাৰৰ পৰা আৰম্ভ হয় মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বিহু ৷ মঙলবাৰে উৰুকা আৰু বুধবাৰে পালন কৰা হয় গৰুবিহু ৷
তিনিচুকীয়া মৰাণ সকলৰ গৰু বিহু পালন
বুধবাৰে সত্ৰসমূহৰ সত্ৰাধিকাৰ সকলৰ ওচৰত আৰ্শীবাদ গ্ৰহণ কৰি মৰাণ ডেকা-গাভৰুৱে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতিৰে গছতলৰ বিহু,ৰাতিবিহু,ধৰ্মহুচৰি,হুচৰি পালন কৰিব ৷