অসম

assam

ETV Bharat / state

ধলাৰ গৰৈমাৰী গাঁৱত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ - Bengal slow loris rescued at Dhola

তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী গাঁৱৰ নিৱাসী অনিল বৰাৰ ঘৰৰ পাচফালে এজোপা কল গছত উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য লাজুকী বান্দৰ ৷

Bengal slow loris rescued at Dhola
ধলাৰ গৰৈমাৰী গাঁৱত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

By

Published : Mar 20, 2020, 9:42 PM IST

ডুমডুমা,20 মাৰ্চঃ ধলাৰ গৰৈমাৰী গাঁৱত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ। তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী গাঁৱৰ নিৱাসী অনিল বৰাৰ ঘৰৰ পাচফালে এজোপা কল গছত উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷ বান্দৰটোক ডিব্ৰু ছৈখোৱা অভয়াৰণ্যৰ বন বিভাগক সংৰক্ষণৰ বাবে চমজাই দিয়ে অনিল বৰাৰ পুত্ৰ খগেন বৰাই ৷ উল্লেখ্য যে,অঞ্চলটোৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে এনে ধৰণৰ আপুৰুগীয়া দুষ্প্ৰাপ্য জীৱ জন্তুৰ বিচৰণ প্ৰায়ে দেখা যায় ‌যদিও বহু সময়ত দুষ্কৃতিকাৰীৰ হাতত নিধন হৈ আহিছে এনে বহু জীৱ জন্তু।

ধলাৰ গৰৈমাৰী গাঁৱত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details