ডুমডুমা, 18 জুলাই : বাঘজানত চাঞ্চল্যকৰ ঘটনা । বাঘজানৰ তৈলখাদ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ আত্মহত্যাৰ অপচেষ্টা । কীট নাশক দ্ৰব্য সেৱন বাঘজান গাঁৱৰ শুক্লেশ্বৰ নেওগ নামৰ ৪৫ বছৰীয়া লোকজনৰ । বাঘজানৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে লোকজনৰ ঘৰ-বাৰী ।
আত্মহত্যাৰ চেষ্টা বাঘজানৰ ক্ষতিগ্ৰস্তৰ