তিনিচুকীয়া, 10 জুন:বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত এটা সঁজাতী দল উপস্থিত হৈছে তিনিচুকীয়াৰ বাঘজানত ৷ দলটোৱে তৈলক্ষেত্ৰত সংঘটিত হোৱা অগ্নিক্ষেত্ৰ পৰিদৰ্শন কৰে । অইলৰ গাফিলতিৰ বাবে এই ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে অগ্নিকাণ্ডৰ ফলত হোৱা সকলো ব্যয়ৰ ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষক দাবী জনায় ৷
বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ - পলাশ চাংমাই
বাঘজানৰ অগ্নিকুণ্ড পৰিদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷ সংগঠনটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে অগ্নিকাণ্ডৰ ফলত হোৱা সকলো ব্যয়ৰ ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষক দাবী জনায় ৷
![বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ Baghjan oil field Visit AJYCP leader tinsukia assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7556376-thumbnail-3x2-a.jpg)
বাঘজানৰ দৃশ্য
বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ