অসম

assam

By

Published : Sep 15, 2020, 9:00 AM IST

ETV Bharat / state

নিৰাপত্তাৰক্ষীয়ে গতিয়ালে স্থানীয় যুৱককঃ উত্তপ্ত বাঘজান

বাঘজানত উত্তপ্ত পৰিস্থিতি । সংবাদ মাধ্যমৰ আগত ভাষ্য দি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়াই গতিয়ালে বাঘজানৰ যুৱকক ৷

baghjan hungama between oil security and local
নিৰাপত্তাৰক্ষীৰে গতিয়ালে স্থানীয় যুৱককঃ

তিনচুকীয়া,15 ছেপ্তেম্বৰ: সাংবাদিকে বাতৰি সংগ্ৰহ কৰি থকা সময়তেই বাঘজানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । সোমবাৰে সংবাদ মাধ্যমৰ আগত ভাষ্য দি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়াই গতিয়ালে বাঘজানৰ যুৱকক ৷

নিৰাপত্তাৰক্ষীৰে গতিয়ালে স্থানীয় যুৱকক

অভিযোগ অনুসৰি নিচাসক্ত অৱস্থাত আছিল অইল ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষী গৰাকী ৷ উল্লেখ যে আজি 112 দিনে নিৰ্বাপিত হোৱা নাই বাঘজানৰ জুই । ইয়াৰ মাজতে সোমবাৰে সাংবাদিকৰ এটা দলে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই ঘটিল এই অনাকাংক্ষিত ঘটনা ৷

ABOUT THE AUTHOR

...view details