অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচনঃ ঠায়ে ঠায়ে ইভিএমৰ প্ৰশিক্ষণ - লোকসভা নিৰ্বাচন

৬ ফেব্ৰুৱাৰী পৰাই তিনিচুকীয়া জিলাৰ পাঁচটাকৈ সমষ্টিত আৰম্ভ হৈছে প্ৰশিক্ষণ

ই ভি এমত ভোটদানৰ প্ৰশিক্ষণ

By

Published : Mar 8, 2019, 4:57 PM IST

তিনিচুকীয়া, ৮ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত কেইটামান দিন । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনিক বিষয়ববীয়াসকল । নিৰ্বাচনলৈ লক্ষ্য ৰাখি শুকুৰবাৰে তিনিচুকীয়া জিলা প্ৰশাসনে ইলেক্ট্ৰনিক ভোটাৰ মেচিনত কেনেকৈ ভোটদান কৰিব লাগে সেই বিষয়ত হাতত লয় এক সজাগতা কাৰ্যসূচীৰ । ৬ ফেব্ৰুৱাৰী পৰা তিনিচুকীয়া জিলাৰ পাঁচটাকৈ সমষ্টিত চৰকাৰী-বিষয়া কৰ্মচাৰীয়ে ভোটাৰ ৰাইজৰ মাজত গ্ৰহণ কৰে এই সজাগতামূলক কাৰ্যসূচীৰ ।

ই ভি এমত ভোটদানৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details