ডুমডুমা,23 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আটছাৰ 48 ঘন্টীয়া বাগিচা বন্ধ ৷ সোমবাৰে পুৱা 5 বজাৰ পৰা অসমৰ সকলো চাহ বাগিচা ৪৮ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ বাবে এক প্ৰেছ বিজ্ঞপ্তিযোগে আহ্বান জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ৷
আজিৰে পৰা আটছাৰ 48 ঘন্টীয়া বাগিচা বন্ধৰ আহ্বান - আটছাৰ 48 ঘন্টীয়া বাগিচা বন্ধ
সোমবাৰে পুৱা 5 বজাৰ পৰা অসমৰ সকলো চাহ বাগিচা ৪৮ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ বাবে এক প্ৰেছ বিজ্ঞপ্তিযোগে আহ্বান জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ৷

আজিৰে পৰা আটছাৰ 48 ঘন্টীয়া বাগিচা বন্ধৰ আহ্বান
উল্লেখ্য যে,আটছাৰ এই ঘোষণাৰ পিছতে প্ৰায়বোৰ বাগিচাৰ কাম-কাজ বন্ধ হৈ আছে যদিও ডুমডুমাৰ বৰডুবি চাহ বাগিচা খোলা ৰখা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত আটছাৰ কাকপথাৰ উপ-শাখাৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে বাগিচাখনৰ কাম-কাজ ৷
আজিৰে পৰা আটছাৰ 48 ঘন্টীয়া বাগিচা বন্ধৰ আহ্বান