অসম

assam

ETV Bharat / state

ডিগবৈত জব্দ বৃহৎ পৰিমাণৰ লালিগুড় - ডিগবৈত বৃহৎপৰিমাণৰ লালিগুড় জব্দ

গোলাঘাট-যোৰহাট কাণ্ডৰ পিচত সৰৱ আৰক্ষী প্ৰশাসন

ডিগবৈত বৃহৎপৰিমাণৰ লালিগুড় জব্দ

By

Published : Mar 1, 2019, 2:25 PM IST


তিনিচুকীয়া, ১ মাৰ্চঃ তিনিচুকীয়াৰ ডিগবৈত আৰক্ষীৰ অনুসন্ধানত শুকুৰবাৰে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ লালিগুড়

ডিগবৈত বৃহৎপৰিমাণৰ লালিগুড় জব্দ
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় মহিলা সমিতিৰ অভিযানত ডিগবৈ চাৰিআলি বজাৰৰ অংগদ চাহুৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত জব্দ হয় এই লালিগুড় সমূহ ৷ জব্দকৃত লালিগুড় সমূহ ডিগবৈ বাছ আস্থানত জ্বলাই দিয়ে সংগঠন দুটাই।

উল্লেখ্য যে গোলাঘাট-যোৰহাট কাণ্ডৰ পিচত লালিগুৰ সন্ধানত সৰৱ হৈ পৰিছে আৰক্ষী প্ৰশাসন।

ABOUT THE AUTHOR

...view details