অসম

assam

ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি - Assam Police Transfer latest news assam etv bharat news

ৰাজ্যৰ গৃহ বিভাগে প্ৰকাশ কৰিছে ৰদ-বদলৰ তালিকা

Assam Police Transfer latest news assam etv bharat news
অসম আৰক্ষীত সালসলনি

By

Published : Mar 4, 2020, 11:53 PM IST

তিনিচুকীয়া,4 মাৰ্চঃঅসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি ৷

ব্যাপক সালসলনি
  • ধেমাজি লিকাবালিস্থিত ২২ এ পি (আই আৰ)বি এন ডি এছ পি প্ৰদীপ হাজৰিকাক শোণিতপুৰ জামুগুৰিহাটস্থিত 12 এ বি পি এন-ৰ সহকাৰী অধীক্ষক পদলৈ বদলি ৷
  • ডিব্ৰুগড়ৰ টেঙাখাটস্থিত 19 এ পি (আই আৰ)বি এনৰ উপ-আৰক্ষী অধীক্ষক কোষেশ্বৰ বৰাক জিলাখনৰ খালী হৈ থকা উপ-আৰক্ষী অধীক্ষক (সীমান্ত)ৰ দায়িত্ব ৷
  • হাইলাকান্দিস্থিত 21 এ পি (আই আৰ)বি এনৰ উপ-আৰক্ষী অধীক্ষক ব্ৰজধন সিন্হা​ক শিলচৰস্থিত 6 এ বি পি এনৰ সহকাৰী অধীক্ষকৰ দায়িত্ব ৷
  • যোৰহাট তিতাবৰৰ 3য় এ বি পি এনৰ সহকাৰী অধীক্ষক তিলেশ্বৰ শ‌ইকীয়াক এছ টি এফ অসমৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
  • কোকৰাঝাৰৰ উপ-আৰক্ষী অধীক্ষক শ্বাহৰব আলীক পল্টনবজাৰস্থিত এছ এফ এছ অ’ৰ ডি অ’ৰ দায়িত্ব ৷
  • শোণিতপুৰৰ জামুগুৰিহাটস্থিত 12 এ বি পি এনৰ দিলীপ কলিতাক নগাঁৱস্থিত 9 এ বি পি এনৰ সহকাৰী কামাণ্ডেণ্টৰ দায়িত্ব ৷
  • ধেমাজিৰ লিকাবালিস্থিত ২২ এ পি (আই আৰ)বি এনৰ উপ-আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ দাসক মৰিগাঁৱস্থিত 16 এ পি (আই আৰ)বি এনৰ সহকাৰী কামাণ্ডেণ্টৰ দায়িত্ব ৷
  • মাণ্ডাকাটাস্থিত চি ডি অ’ বি এনৰ উপ-আৰক্ষী অধীক্ষক চাফিকুল ইছলামক ওদালগুৰিস্থিত 3 এ পি টি এফৰ সহকাৰী কামাণ্ডেণ্টৰ দায়িত্ব ‌।
  • শোণিতপুৰৰ জামুগুৰিহাটস্থিত 12 এ বি পি এনৰ সহকাৰী কামাণ্ডেণ্ট গুণাৰাম দাসক নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সীমান্ত) ৰ দায়িত্ব ।
  • গুৱাহাটী মহানগৰৰ উপ-আৰক্ষী অধীক্ষক (ডি এছ বি) প্ৰশান্ত শৰ্মাক যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক(সীমান্ত) ৰ দায়িত্ব ৷
  • গুৱাহাটীৰ অপৰাধ অনুসন্ধান শাখাৰ এ চি পি পুতুল চন্দ্ৰ বৈশ্যক কৰিমগঞ্জস্থিত 15 এ পি (আই আৰ)বি এনৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
  • নগাঁৱৰ ডি এছ পি(ডি এছ বি) জন দাসক বোকাজানৰ এছ ডি পি অ’ৰ দায়িত্ব ।
  • বোকাজানৰ এছ ডি পি অ’ পদ্ম পেগুক 2 এ বি পি এন মাকুমৰ সহকাৰী কামাণ্ডেণ্টৰ দায়িত্ব ।
  • 2nd এ বি পি এন মাকুমৰ সহকাৰী কামাণ্ডেণ্ট পৃথ্বীৰাজ ৰাজখোৱাক বোকাখাতৰ এছ ডি পি অ’ৰ দায়িত্ব ।
  • লীলাবাৰীস্থিত 13 এ বি পি এনৰ সহকাৰী কামাণ্ডেণ্ট সমীৰ দপ্তৰ বৰুৱাক ডিব্ৰুগড়ৰ ডি এছ পি(ডি এছ বি)ৰ দায়িত্ব ।
  • শদিয়াৰ উপ-আৰক্ষী অধীক্ষক ভাৰ্গৱ সঞ্জীৱন গোস্বামীক কাছাৰৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
  • কাছাৰৰ ডি এছ পি ঐশ্বৰ্য জীৱন বৰুৱাক কাৰ্বি আংলংস্থিত 23 এ পি (আই আৰ)বি এনৰ উপ-আৰক্ষী অধীক্ষকৰ দায়িত্ব ৷
  • দৰঙৰ ডি ৱাই এছ পি(বি) অনিতা হাজৰিকাক চৰাইদেউৰ ডি ৱাই এছ পি(ডি এছ বি)ৰ দায়িত্ব ৷
  • শিৱসাগৰৰ ডি ৱাই এছ পি শুভলক্ষ্মী দত্তক লক্ষীমপুৰৰ ডি ৱাই এছ পি(ডি এছ বি) ৰ দায়িত্ব ৷
  • বিটিচি দেৰগাঁৱৰ সহকাৰী কামাণ্ডেণ্ট হেমচন্দ্ৰ নাথক মানকাচাৰৰ 26 এ পি (আই আৰ)বি এনৰ ডি ৱাই এছ পিৰ দায়িত্ব ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details