অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ চোমনি মথাউৰি মেৰামতি কাম পৰিদৰ্শন উপায়ুক্তৰ - মথাউৰি

জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা, কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়াক লগত লৈ মথাউৰিটোৰ বিভন্ন চেক গেট পৰিদৰ্শন কৰে উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে । মথাউৰি ভঙাৰ সম্ভাৱনা থকা ঠাই সমুহত জিঅ' বেগৰ কাম খৰগতিত চলি আছে বুলি সাংবাদিকৰ আগত জনাইছে ৷

তিনিচুকীয়াৰ চোমনি মথাউৰি মেৰামতি কাম পৰিদৰ্শন উপায়ুক্তৰ

By

Published : Jun 13, 2019, 9:47 PM IST

তিনিচুকীয়া, ১৩ জুনঃ তিনিচুকীয়া জিলাৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন কৰে জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে ৷ আগন্তুক বানপানীৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখিয়েই মথাউৰিটো পৰিদৰ্শন উপায়ুক্তৰ ।

তিনিচুকীয়াৰ চোমনি মথাউৰি মেৰামতি কাম পৰিদৰ্শন উপায়ুক্তৰ

জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা, কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়াক লগত লৈ মথাউৰিটোৰ বিভন্ন চেক গেট পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে ৷ মথাউৰি ভঙাৰ সম্ভাৱনা থকা ঠাই সমুহত জিঅ' বেগৰ কাম খৰগতিত চলি আছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ লগতে জলসম্পদ মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি জলসম্পদ বিভাগ আৰু জিলা পৰিষদৰ ফালৰ পৰা গৰাখহনীয়া প্ৰতিৰোধৰ কাম চলি থকা কথাও উল্লেখ কৰে ৷

লগতে আন এটা বাতৰি- অসাৰ মন্ত্ৰী হিমন্তৰ পকী দলং : 22 বছৰে অৱহেলিত ৰঙাপৰাৰ এটা অঞ্চল

ABOUT THE AUTHOR

...view details