ডুমডুমা, 20ছেপ্তেম্বৰঃ দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত অনুষ্ঠিত হয় অবিভক্ত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীর্থ সমাৰোহ ৷ বহুসংখ্যক প্ৰাক্তন আছু কৰ্মীয়ে সমাৰোহৰ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
ডুমডুমাত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীর্থ সমাৰোহ - তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
প্ৰাক্তন সতীর্থ সমাৰোহত প্ৰাক্তন আছু কৰ্মীসকলৰ বিভিন্ন সমস্যাৰ লগতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয় ৷ ইপিনে, অনাগত দিনত প্ৰাক্তন আছু সতীৰ্থ সকলক একলগ কৰি এখন মঞ্চ গঠনৰো পোষকতা কৰে আছু কৰ্মীসকলে ৷

ডুমডুমাত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীর্থ সমাৰোহ
ডুমডুমাত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীর্থ সমাৰোহ
তদুপৰি প্ৰাক্তন সতীর্থ সমাৰোহত প্ৰাক্তন আছু কৰ্মীসকলৰ বিভিন্ন সমস্যাৰ লগতে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয় ৷ ইপিনে, অনাগত দিনত প্ৰাক্তন আছু সতীৰ্থ সকলক একলগ কৰি এখন মঞ্চ গঠনৰো পোষকতা কৰে আছু কৰ্মীসকলে ৷ আনহাতে এই অনুষ্ঠানত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাও উপস্থিত থাকে ৷
লগতে পঢ়কঃপূব কামেং জিলাৰ ভিতৰুৱা গাঁৱত টেলিফোন সেৱা স্থাপন সেনাৰ