মাৰ্ঘেৰিটা, 17 ফেব্ৰুৱাৰী :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত উলহ-মালহেৰে উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং ৷ পুৱাৰে পৰা মাংগলিক ৰীতি-নীতিৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷
মাৰ্ঘেৰিটাত উলহ-মালহৰে আলি-আয়ে-লৃগাং উদযাপন - মিচিং জনগোষ্ঠী
তিনিচুকীয়া জিলাত উলহ-মালহেৰে উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং ৷ পুৱাৰে পৰা মাংগলিক ৰীতি-নীতিৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷
মাৰ্ঘেৰিটাত উলহ-মালহৰে আলি-আয়ে-লৃগাং উদযাপন
তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তৰ জাগুনৰ লাকলা মিচিং গাঁৱতো আলি-আয়ে-লৃগাঙক লৈ ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে । লাকলা মিচিং গাঁৱৰ বয়োজেষ্ঠ, ডেকা-গাভৰু, জীয়ৰী, বোৱাৰী সকলো একত্ৰিত হৈ ৰীতি-নীতিৰে পালন কৰিলে জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি-আয়ে লৃগাং ৷
লগতে পঢ়ক :যোৰহাটৰ মিচিং সকলৰ মাজত আলি আয়ে লৃগাঙৰ উছাহ