অসম

assam

ETV Bharat / state

শদিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"

By

Published : Jan 5, 2020, 3:25 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ"

15:00 January 05

ৰাজ্যত স্তিমিত হোৱা নাই CAA বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিক ভাৱে বিভিন্ন দল-সংগঠন নতুবা ৰাইজৰ তৎপৰতাত ধাৰাবাহিকভাৱে চলি আছে আন্দোলন ৷ দেওবাৰে শদিয়াত CAA বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ" অনুষ্ঠান ৷ প্ৰতিকুল বতৰকো নেওচি শদিয়াৰ হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই বিভিন্ন CAA তথা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

শদিয়াত ৰাইজৰ "ৰণ হুংকাৰ"

শদিয়া, 5 জানুৱাৰী :বৰ্তমানেও স্তিমিত হোৱা নাই CAAবিৰোধী প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিক ভাৱে বিভিন্ন দল-সংগঠন নতুবা ৰাইজৰ তৎপৰতাত ধাৰাবাহিকভাৱে চলি আছে এই আন্দোলন ৷ দেওবাৰে শদিয়াত CAA বাতিলৰ দাবীতঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "ৰণ হুংকাৰ" অনুষ্ঠান ৷ প্ৰতিকূল বতৰকো নেওচি শদিয়াৰ হাজাৰ হাজাৰ প্ৰতিবাদী জনতাই বিভিন্ন CAA তথা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

ABOUT THE AUTHOR

...view details