অসম

assam

ETV Bharat / state

বাঘজান আশ্ৰয় শিবিৰত সাহাৰ্য বিতৰণ আজমল ফাউণ্ডেচনৰ - Ajmal Foundation

আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় কাৰ্য । বিগত 21 দিনে বাঘজান আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত সাহাৰ্য বিতৰণ আজমল ফাউণ্ডেচনৰ ।

Ajmal Foundation distributes aid to Baghjan Relief Camp
Ajmal Foundation distributes aid to Baghjan Relief Camp

By

Published : Jun 16, 2020, 8:45 PM IST

ডুমডুমা, 16 জুনঃতিনিচুকীয়াৰ বাঘজানৰ আশ্ৰয় শিবিৰত মঙলবাৰে উপস্থিত হ'য় আজমল ফাউণ্ডেচনৰ এটা দল । আশ্ৰয় শিবিৰত উপস্থিত হৈ বিগত 21 দিনে আপোন ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত সাহাৰ্যৰ লগতে শিশু,মহিলাসকলৰ মাজত কাপোৰ বিতৰণ কৰে দলটোৱে ।

বাঘজান আশ্ৰয় শিবিৰত সাহাৰ্য বিতৰণ আজমল ফাউণ্ডেচনৰ

AIUDFৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাজমিৰ নেতৃত্বত আজমল ফাউণ্ডেচনৰ কেইবাজনো বিষয়ববীয়া বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদ পৰিদৰ্শন কৰাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰত উপস্থিত হৈ সাহাৰ্য আগবঢ়ায় ।

আজমল ফাউণ্ডেচনৰ লগত ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজ আৰু আমছু ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াও এই কাৰ্যত উপস্থিত থাকি আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত সামগ্ৰী বিতৰণ কৰে ।

লগতে চাওকঃ টাৱাৰত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চোৰৰ

ABOUT THE AUTHOR

...view details