তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাত বুধবাৰে কৃষি বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ । এই অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু পৰিবহণ মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।
বন্ধৰ বিৰুদ্ধে সৰৱ চন্দ্ৰমোহন পাটোৱাৰী - Tinisukia
তিনিচুকীয়াত শুভাৰম্ভ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ

তিনিচুকীয়াত শুভাৰম্ভ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ
তিনিচুকীয়াত শুভাৰম্ভ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা ২০১৮-২০১৯ৰ
এই অনুষ্ঠানতেই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ধাৰাবাহিক ভাবে দল সংগঠনে বন্ধ দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে।